English Assamese
it is based on your username এইটো আপোনাৰ ব্যৱহাৰকৰ্তাৰ নামৰ আধাৰত
it is based upon your password entry এইটো আপোনাৰ গুপ্তশব্দৰ নিবেশৰ আধাৰত
it is derived from your password entry ইয়াক আপোনাৰ গুপ্তশব্দৰ নিবেশৰ পৰা পোৱা হৈছে
it is derivable from your password entry ইয়াক আপোনাৰ গুপ্তশব্দৰ নিবেশৰ পৰা পাব পাৰি
it's derivable from your password entry ইয়াক আপোনাৰ গুপ্তশব্দৰ নিবেশৰ পৰা পাব পাৰি
you are not registered in the password file আপুনি গুপ্তশব্দৰ নথিপত্ৰ পঞ্জিকৃত নহয়
it is WAY too short ই বৰ সৰু
it is too short ই বৰ সৰু
it does not contain enough DIFFERENT characters ইয়াত যথেষ্ট ভিন্ন আকৰ নাই
it is all whitespace ই সম্পূৰ্ণৰূপে ৰিক্ত স্থানেৰে ভৰা
it is too simplistic/systematic ই বৰ সৰল/শৃংখলাবদ্ধ
it looks like a National Insurance number. ই দেখাত এটা National Insurance ৰ নম্বৰৰ দৰে ।
it is based on a dictionary word ই এটা অভিধানৰ শব্দৰ আধাৰত
it is based on a (reversed) dictionary word ই এটা অভিধানৰ শব্দৰ আধাৰত (ওলোটা ক্ৰমত)
error loading dictionary