English Assamese
Horizontal আনুভূমিক
Vertical উল্লম্ব
Top left corner ওপৰৰ বাওঁফালৰ কোণত
Top right corner ওপৰৰ সোঁফালৰ কোণত
Bottom left corner তলৰ বাওঁফালৰ কোণত
Bottom right corner তলৰ সোঁফালৰ কোণত
Custom স্বনিৰ্বাচিত
Do not show নেদেখুৱাব
Hide automatically স্বচালিতভাৱে লুকুৱাওক
Always সদায়ে
IBus Preferences IBus পছন্দসমূহ
The shortcut keys for switching to next input method in the list তালিকাত উপস্থিত পৰবৰ্তী ইনপুট পদ্ধতিলৈ পৰিবৰ্তনৰ বাবে প্ৰযোজ্য চৰ্টকাট কি'
Next input method: পিছৰ ইনপুট পদ্ধতি:
The shortcut keys for switching to previous input method in the list তালিকাত উপস্থিত পূৰ্ববৰ্তী ইনপুট পদ্ধতিলৈ পৰিবৰ্তনৰ বাবে প্ৰযোজ্য চৰ্টকাট কি'
Previous input method: আগৰ ইনপুট পদ্ধতি
... ...
The shortcut keys for turning input method on or off ইনপুট পদ্ধতি খোলা আৰু বন্ধ কৰাৰ বাবে প্ৰয়োজনীয় চৰ্টকাট কি' নিৰ্ধাৰণ কৰক
Enable or disable: সামৰ্থবান বা অসামৰ্থবান কৰক:
Enable: সামৰ্থবান কৰক:
Disable: অসামৰ্থবান কৰক: